অপৰাধদৈনিক বাতৰি

ড্ৰাগ্ছৰ বিৰুদ্ধে জোৰদাৰ অভিযান, সেনাৰ অভিযানত জব্দ ৫০০ কোটি টকাৰ ড্ৰাগ্ছ

উল্লেখ্য যে, সীমান্তৰে সৰবৰাহ হোৱা ড্ৰাগ্ছৰ বিৰুদ্ধে দীৰ্ঘদিন ধৰি অব্যাহত আছে সেনাৰ অভিযান। অভিযানৰ সময়তে ৬ ডিচেম্বৰত সেনা বাহিনীয়ে ড্ৰাগ্ছ জব্দ কৰাৰ লগতে কৰায়ত্ত কৰে ম্যানমাৰ মূলৰ এজন ড্ৰাগ্ছ সৰবৰাহকাৰীক।

মণিপুৰত জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগ্ছ। ম্যানমাৰ সীমান্তৱৰ্তী ম’ৰেত অভিযান চলাই সেনাই জব্দ কৰে কোটি টকাৰ ড্ৰাগ্ছখিনি।

৪৩ অসম ৰাইফলছৰ ম’ৰে বেটেলিয়ন আৰু টেংন’পাল আৰক্ষীৰ যৌথ অভিযান অভিযানত মণিপুৰৰ ম’ৰেত জব্দ কৰা ড্ৰাগ্ছখিনিৰ মূল্য প্ৰায় ৫০০ কোটি। অভিযানত সেনাই জব্দ কৰে ২২০ টা হেৰ’ইন ভৰ্তি চাবোনৰ বাকচ। উদ্ধাৰকৃত ড্ৰাগ্ছখিনিৰ ভিতৰত আছে ৫৪ কেজি ব্ৰাউন ছুগাৰ। লগতে সেনাই উদ্ধাৰ কৰিছে ১৫৪ কেজি মেটাফেটামাইন।

উল্লেখ্য যে, সীমান্তৰে সৰবৰাহ হোৱা ড্ৰাগ্ছৰ বিৰুদ্ধে দীৰ্ঘদিন ধৰি অব্যাহত আছে সেনাৰ অভিযান। অভিযানৰ সময়তে ৬ ডিচেম্বৰত সেনা বাহিনীয়ে ড্ৰাগ্ছ জব্দ কৰাৰ লগতে কৰায়ত্ত কৰে ম্যানমাৰ মূলৰ এজন ড্ৰাগ্ছ সৰবৰাহকাৰীক।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

7 + ten =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.