Assamleatest updateঅসমআঞ্চলিকদৈনিক বাতৰি

মৌ-মাখিয়ে আতংক চলাইছে মৰিগাঁৱত, মৌমাখিৰ কৱলত পৰি মৃত্যু হৈছে এজনৰ….

মৌ-মাখিয়ে আতংক চলাইছে মৰিগাঁৱত, মৌমাখিৰ কৱলত পৰি মৃত্যু হৈছে এজনৰ....

মৌ-মাখিয়ে আতংক চলাইছে মৰিগাঁৱত

মৌমাখিৰ কৱলত পৰি মৃত্যু হৈছে এজনৰ

দীপক নন্দী নামৰ এগৰাকী ব্যৱসায়ীৰ মৃত্যু

মৌয়ে কামোৰাৰ ফলত ভৰ্তি কৰোৱা হৈছিল চিকিৎসালয়ত

মৌমাখিৰ আক্ৰমণৰ ফলত আহত হৈছিল বহুসংখ্যক

সম্প্ৰতি চিকিৎসাধীন কেৱল হেমকান্ত দাস

মৌমাখিৰ আতংকত বন্ধ ঘোষণা DC ৰোড

চিকিৎসাৰ অন্তত বাকীসকলক যাবলৈ দিয়া হৈছে ঘৰলৈ

মৃত দিপক নন্দী মৰিগাঁওৰ কোৱালিটি হোটেলৰ স্বতাধিকাৰী

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

20 − twelve =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.