AssamInternationalleatest updateঅসমআঞ্চলিকদৈনিক বাতৰি

ওদালগুৰিত উদ্ধাৰ ৰজাদিনীয়া বৰটোপৰ গোলা, চাহ বাগানৰ নলা খান্দোতেই উদ্ধাৰ গোলাবোৰ…..

ওদালগুৰিত উদ্ধাৰ ৰজাদিনীয়া বৰটোপৰ গোলা, চাহ বাগানৰ নলা খান্দোতেই উদ্ধাৰ গোলাবোৰ.....

ওদালগুৰিত উদ্ধাৰ ৰজাদিনীয়া বৰটোপৰ গোলা

চাহ বাগানৰ নলা খান্দোতেই উদ্ধাৰ গোলাবোৰ

ভেৰগাঁৱৰ ঐতিহাসিক ৰজাগড়ত উদ্ধাৰ এই গোলাসমূহ

কোকৰাঝাৰৰ ভূতত্ত্ব বিভাগে চমজি ল’লে এই গোলাসমূহ

উল্লেখনীয় যে আৰিমত্ত ৰজাৰ শাসনকালত দৰঙী প্ৰজাক ভূটীয়া লোকৰ আক্ৰমণৰ পৰা সুৰক্ষা  দিবলৈ ভেৰগাঁৱৰ ৰজাগড়ত দৰঙী সৈন্যই বাহৰ পাতিছিল। তাতেই নিৰ্মাণ কৰা হৈছিল এটা গড়ৰ যি কালক্ৰমত বিখ্যাত হৈ পৰে ৰজাগড় নামেৰে। সৈন্যসকলৰ পানীৰ অভাৱ দূৰীকৰণৰ বাবে ছাউনীৰ সমীপতে খন্দা হৈছিল সাতোটাকৈ বৃহৎ পুখুৰী। সেই ঠাইখিনি এতিয়া বিখ্যাত সাতপুখুৰী নামেৰে। বৰ্তমানে এই স্থান বেদখলকাৰীৰ কৱলত।  এই স্থানত বিভিন্ন সময়ত বিভিন্নজনে চলাই আহিছে খননকাৰ্য। আৰু এনে খননত প্ৰায়েই উদ্ধাৰ হয় ঐতিহাসিক ৰজাদিনীয়া সম্পদ, ৰচদ পাতি।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

6 − two =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.