খেলভাৰতমনোৰঞ্জন

ক্ৰিকেটৰ কিংবদন্তী শচীন তেণ্ডুলকাৰক সাক্ষাৎ কৰি কি উপহাৰ দিলে মীৰাবাঈ চানুৱে

চানুৱে শচীন তেণ্ডুলকাৰক সাক্ষাৎ কৰিলে

টকিঅ’ অলিম্পিকত ৰূপৰ পদক বিজয়ী মীৰাবাঈ চানুৱে বুধবাৰে মুম্বাইত ক্ৰিকেটৰ কিংবদন্তী শচীন তেণ্ডুলকাৰক সাক্ষাৎ কৰে। ক্ৰিকেটাৰগৰাকীৰ মুম্বাইস্থিত বাসগৃহত সাক্ষাত কৰে চানুৱে আৰু তেওঁক ফুলৰ থোপা উপহাৰ দিয়ে।

https://twitter.com/mirabai_chanu/status/1425345286709391361/photo/2

টুইটাৰত ফটো শ্বেয়াৰ কৰি চানুৱে কয় যে,  ‘আজি ৰাতিপুৱা শচীন তেণ্ডুলকাৰক লগ পায় ভাল লাগিল! তেওঁৰ জ্ঞান আৰু অনুপ্ৰেৰণাৰ কথাবোৰ সদায় মোৰ লগত থাকিব। সঁচাকৈয়ে অনুপ্ৰাণিত’।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

sixteen − fifteen =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.