অভিনয়অসম

ৰাজ্যত অব্যাহত চোৰাং গৰুৰ সৰবৰাহ; সোণাপুৰত জব্দ তিনিখন গৰু ভৰ্তি বাহন

সোণাপুৰ মৰগদোলাত জব্দ তিনিখন গৰু ভৰ্তি বাহন। বাহনৰ লগতে ৰাইজে আটক কৰে চোৰাং গৰু সৰবৰাহৰ লগত জড়িত দুজনক।

সোণাপুৰ মৰগদোলাত জব্দ তিনিখন গৰু ভৰ্তি বাহন। বাহনৰ লগতে ৰাইজে আটক কৰে চোৰাং গৰু সৰবৰাহৰ লগত জড়িত দুজনক।

উল্লেখ্য় যে, আজি ৰাতিপুৱা ৰাইজে জব্দ কৰে বাহন তিনিখন। মৰিগাঁওৰ পৰা মেঘালয় অভিমূখে গৈ থকা সময়তে মৰগদোলা ৰাইজে জব্দ কৰে গৰু ভৰ্তি বাহন তিনিখন।

কেইবাটাও গৰুসহ বাহন তিনিখন জব্দ কৰে যদিও চালক হেণ্ডিমেন পলায়ন কৰে। ঘটনাস্থলী আৰক্ষী উপস্থিত নোহোৱাকলৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় অঞ্চলটোত।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

nineteen − two =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.