PMo india

অসমবাসীলৈ উন্নয়নৰ বাৰ্তা লৈ আহি আছে নৰেন্দ্ৰ মোদী।

দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। অসমবাসীলৈ উন্নয়নৰ বাৰ্তা লৈ আহিব নৰেন্দ্ৰ মোদীয়ে। বৰঝাৰত কাইলৈ সন্ধিয়া ৭.৩০ বজাত অৱতৰণ…

Read More »

সংসদত দাখিল হ’ল ২০২৪-২৫ বিত্তীয় বৰ্ষৰ অন্তৱৰ্তীকালীন বাজেট।

সংসদত দাখিল হ’ল ২০২৪-২৫ বিত্তীয় বৰ্ষৰ অন্তৱৰ্তীকালীন বাজেট। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰিলে বাজেট। বাজেটত আন্তঃগাঁথনিৰ ওপৰত গুৰুত্ব প্ৰদান। ২০৪৭ৰ…

Read More »

দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।

দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৩ ফেব্ৰুৱাৰীত গুৱাহাটীলৈ আহিব প্ৰধানমন্ত্ৰী ৪ ফেব্ৰুৱাৰীত খানাপাৰাত অংশ ল’ব বিশাল জনসভাত কেইবাটাও প্ৰকল্পৰ…

Read More »

সংসদৰ বাজেট অধিৱেশনৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীৰ, গণতান্ত্ৰিক প্ৰক্ৰিয়াক বাধা প্ৰদান কৰা কাৰ্যক নিন্দা…..

সংসদৰ বাজেট অধিৱেশনৰ পূৰ্বে প্ৰধানমন্ত্ৰী সাংবাদিকক সম্বোধন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সংসদত হুলস্থুল কৰা সাংসদক লৈ অসন্তুষ্ট প্ৰধানমন্ত্ৰী গণতান্ত্ৰিক প্ৰক্ৰিয়াক বাধা…

Read More »

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ’ৰ মাজত সামৰিক অস্ত্ৰ নিৰ্মাণ, মহাকাশৰ সম্পৰ্কৰ বাবে ৰোডমেপৰ লগতে কেইবাখনো চুক্তি স্বাক্ষৰ

ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ’ৰ ভাৰত ভ্ৰমণৰ সময়তে দুয়োপক্ষই কেইবাখনো চুক্তি চূড়ান্ত কৰে, য’ত এখন প্ৰতিৰক্ষা ঔদ্যোগিক ৰোডমেপৰ লগতে মহাকাশ সম্পৰ্কৰ…

Read More »

২০৩০ চনৰ ভিতৰত ফ্ৰান্সে ৩০ হাজাৰ ভাৰতীয় ছাত্ৰ-ছাত্ৰীক আদৰণি জনাব : ৭৫ সংখ্যক গণৰাজ্য দিৱসত ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ’ৰ ঘোষণা…

ভাৰতৰ ৭৫ সংখ্যক গণৰাজ্য দিৱস উদযাপনৰ দিনা শুকুৰবাৰে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনে ৩০ হাজাৰ ভাৰতীয় ছাত্ৰ-ছাত্ৰীক ফ্ৰান্সত অধ্যয়নৰ বাবে আমন্ত্ৰণ…

Read More »

INDIA ALLIANCE ত বিভেদৰ সূত্ৰপাত

সমাগত ২৪ ৰ লোকসভা নিৰ্বাচন। নিৰ্বাচন পূৰ্বেই বিজেপিক প্ৰতিহত কৰাৰ উদ্দেশ্যে গঠন হোৱা বিৰোধী ঐক্যমঞ্চ অৰ্থাৎ INDIA ALLIANCE ত ফাঁট…

Read More »

নতুন ভোটাৰৰ পৰা আঁচনিৰ হিতাধিকাৰীলৈকে বিজেপিয়ে সৃষ্টি কৰিছে নতুন ৰণ নীতি…..

নিৰ্বাচনী আয়োগে আগন্তুক লোকসভা নিৰ্বাচনৰ সম্ভাব্য দিন ইংগিত দিয়াৰ লগে লগে অধিক তৎপৰ হৈ পৰিছে ৰাজনৈতিক দল সমূহ। ইয়াৰ পৰোপেক্ষিতত…

Read More »

ভাৰতে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্যৰ স্থান পাব লাগেঃ ইলন মাস্ক

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতে স্থায়ী সদস্যৰ স্থান পাব লাগে বুলি সমৰ্থনত মত আগবঢ়ায় বিশ্বৰ আটাইতকৈ ধনী ব্যক্তি ইলন মাস্ক। মাস্ক…

Read More »

অসম আৰক্ষী সঞ্চালক প্ৰধানক ৰাহুল গান্ধীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ নিৰ্দেশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

মঙলবাৰে গুৱাহাটীত প্ৰৱেশ কৰে ৰাহুল গান্ধীৰ নেতৃত্বত চলি থকা কংগ্ৰেছৰ ভাৰত জোড়ো ন্যায় যাত্ৰা। মূখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ মৰ্মে…

Read More »
Back to top button