AssamGovernment SchemeHimanta Biswa SarmaInternationalInternationalnationalnorth eastPMo indiaSocial Networksolar eclipseঅসমআঞ্চলিকদৈনিক বাতৰি

পুনৰ উজলিল ধৃতিৰাজ বাস্তৱ কলিতা

পুনে IISERত ২০২২-২৩ বৰ্ষৰ আটাইতকৈ মেধাৱী ছাত্ৰ ধৃতিৰাজ

দৰং গৌৰৱ ছাত্ৰ ধৃতিৰাজ বাস্তৱ কলিতা বিগত সময়ত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অসমৰ ভিতৰতে প্ৰথম স্থান দখল কৰি জিলিকি উঠিবলৈ সক্ষম হৈছিল । দৰঙৰ ছাত্ৰ ধৃতিৰাজ বাস্তৱ কলিতা ২০১৯ চনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অসমৰ ভিতৰত প্ৰথম আৰু২০২১ চনত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত বিজ্ঞান শাখাত অসমৰ ভিতৰত প্ৰথম স্থান দখল কৰি জিকিলি উঠিবলৈ সক্ষম হৈছিল। তীব্ৰ মেধাসম্পন্ন কৃতি ছাত্ৰজনে এইবেলি অধ্যয়নৰত হৈ থকা পুনে IISER ত ২০২২-২৩ বৰ্ষৰ আটাইতকৈ মেধাৱী ছাত্ৰ হিচাপে পৰিগণিত হৈছে । সমগ্ৰ ভাৰততে নিজৰ মেধাৰ বলত জিলিকি উঠা তথা অসমক জিলিকাই তোলা ধৃতিৰাজ বাস্তৱ কলিতাৰ ঘৰ মঙলদৈৰ বৰমপুৰত ৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

17 − six =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.