Assamleatest updatenational

ফটকা-আতচবাজীৰ ধোঁৱাই আৱৰিছে দিল্লীৰ আকাশ

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা অমান্য কৰাৰ ভয়াৱহ পৰিণতি

আকৌ ভয়ংকৰ ৰূপত দিল্লীত বৃদ্ধি বায়ু প্ৰদূষণ

বায়ু প্ৰদূষণে দিল্লীত ধাৰণ কৰিছে ভয়াৱহ ৰূপ

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা অমান্য কৰাৰ ভয়াৱহ পৰিণতি

দিল্লীৰ বহু ঠাইত ৩০০ অতিক্ৰম কৰিছে AQI মাত্ৰা

প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডৰ তথ্য অনুসৰি আনন্দ বিহাৰত AQI ৩১২

পুছাত ৩০২, আইটিঅ’ত ২৮২, জৱাহৰলাল নেহৰু ষ্টেডিয়ামত ২৫৬

তাৰ মাজতে ফটকা-আতচবাজীৰ ধোঁৱাই আৱৰিছে দিল্লীৰ আকাশ

দীপাৱলীৰ নিশাৰ পিছতেই ধোঁৱাৰ ডাঠ তৰপে সৃষ্টি কৰিছে প্ৰদূষণৰ

শেহতীয়াকৈ উচ্চতম ন্যায়ালয়ৰ লগতে দিল্লী চৰকাৰে বায়ু প্ৰদূষণৰ প্ৰতি লক্ষ ৰাখি দিল্লীত ফটকা ফুটোৱাত সম্পূৰ্ণ নিষেধাজ্ঞা আৰোপ কৰিছিল। কিন্তু এই নিৰ্দেশনাক আওকান কৰি ফটকা ফুটোৱাৰ ফলতেই বায়ু প্ৰদূষণৰ মাত্ৰা এতিয়া বিপদজ্জনক স্থিতিলৈ গতি কৰিছে। ফলত শিশু বৃদ্ধ তথা অধিকাংশ লোকৰে উশাহ-নিশাহ লোৱাত কষ্ট হৈছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

5 + 10 =

Back to top button