অপৰাধকৃষিভাৰত

কিষাণ ইউনিয়নৰ নেতা ৰাকেশ টিকাইতক ক’লা চিয়াঁহীৰে আক্ৰমণ

টিকাইটে কয়, "ইয়াত স্থানীয় আৰক্ষীয়ে কোনো ধৰণৰ নিৰাপত্তা প্ৰদান কৰা নাই। চৰকাৰৰ সৈতে গোপন বুজাবুজি কৰি এই কাম কৰা হৈছে।

৩০ মে’ সোমবাৰে বেংগালুৰুত এখন সংবাদমেলৰ সময়ত ভাৰতীয় কিষাণ ইউনিয়নৰ নেতা ৰাকেশ টিকাইতক ক’লা চিয়াঁহীৰে আক্ৰমণ কৰে

আক্ৰমণৰ পিছত টিকাইটে কয়, “ইয়াত স্থানীয় আৰক্ষীয়ে কোনো ধৰণৰ নিৰাপত্তা প্ৰদান কৰা নাই। চৰকাৰৰ সৈতে গোপন বুজাবুজি কৰি এই কাম কৰা হৈছে।”

ঘটনাৰ পিছতে বেংগালুৰু আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তিনিজন লোকক আটক কৰে।

এটা ভিডিঅ’ত সংবাদমেলত লোকে ইজনে সিজনৰ ওপৰত চকী নিক্ষেপ কৰা দেখা পোৱা যায়। ভিডিঅ’টো বৰ্তমান ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

9 − 8 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.