AssamFestivalleatest updatenational

নানাৰঙী আলোকসজ্জাৰে উজ্বলিল ভগৱান শ্ৰীৰামৰ পৱিত্ৰ জন্মভূমি অযোধ্যা নগৰী।

গীনিজ বুকত নাম অন্তৰ্ভুক্ত মুখ্যমন্ত্ৰী যোগী আদিত্য নাথ চৰকাৰৰ।

ৰাম জন্মভূমি অযোধ্যাত দীপোৎসৱৰ মহাআয়োজন।

২৪ লাখ মাটিৰ চাকিৰে উজ্বলিল সুৰুয নদীৰ পাৰ।

৫১টা ঘাটত ২৪ লাখ চাকি জ্বলাই গীনিজ বুকত নাম অন্তৰ্ভুক্ত মুখ্যমন্ত্ৰী যোগী আদিত্য নাথ চৰকাৰৰ।

নানাৰঙী আলোকসজ্জাৰে উজ্বলিল ভগৱান শ্ৰীৰামৰ পৱিত্ৰ জন্মভূমি অযোধ্যা নগৰী।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

13 + one =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.