আন্তঃৰাষ্ট্ৰীয়ৰাজনৈতিক

বিশ্বৰ সৰ্ববৃহৎ এয়াৰক্ৰাফট AN-225 Mriya ধ্বংস কৰিছে ৰাছিয়াই

কিয়েভত ৰাখি থোৱা অৱস্থাত ৰাছিয়াই ধ্বংস কৰে এয়াৰক্ৰাফটখন

বিশ্বৰ সৰ্ববৃহৎ এয়াৰক্ৰাফট AN-225 Mriya ধ্বংস কৰিছে ৰাছিয়াই। কিয়েভত ৰখা হৈছিল এয়াৰক্ৰাফটখন। ইউক্ৰেইনে সদৰি কৰা মতে, কিয়েভত ৰাখি থোৱা অৱস্থাত ৰাছিয়াই ধ্বংস কৰে এয়াৰক্ৰাফটখন।

ইউক্ৰেইনে নিৰ্মাণ কৰিছিল বিশ্বৰ বৃহৎ এয়াৰক্ৰাফটখন এতিয়া ধ্বংসস্তূপত পৰিণত। ৰাছিয়াৰ মিছাইল আক্ৰমণত ধ্বংসস্তূপত পৰিণত হয় এয়াৰক্ৰাফটখন।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

one × three =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.