দিল্লীদুৰ্ঘটনাপৰিৱেশপ্ৰাকৃতিক দুৰ্যোগবতৰ

প্ৰচণ্ড বৰষুণৰ ফলত ফাঁট মেলিল দিল্লীৰ ব্যস্ত ৰাজপথ

ঘটনাত দৈব্যক্ৰমে ৰক্ষা পৰে প্ৰায় ৩৫ জন যাত্ৰীবাহী বাছ

প্ৰচণ্ড বৰষুণৰ ফলত ফাঁট মেলিল দিল্লীৰ ব্যস্ত ৰাজপথ।

সোমবাৰে নিশা হঠাৎ ফাঁট মেলিল দক্ষিণ দিল্লীৰ অৰবিন্দ মাৰ্গত। ঘটনাত দৈব্যক্ৰমে ৰক্ষা পৰে প্ৰায় ৩৫ জন যাত্ৰীবাহী এখন ডি টি চিৰ বাছ।

উল্লেখযোগ্য যে, বিগত কেইবাদিনো ধৰি দিল্লীত চলি থকা নেৰা নেপেৰা বৰষুণৰ ফলত বহু অঞ্চল জলমগ্ন হোৱাৰ লগতে বিধস্ত হৈ পৰিছে বহু ৰাস্তা। ঘটনাৰ সন্দৰ্ভত দিল্লীৰ জল বোৰ্ড আৰু পি ডব্লিউ ডিৰ বিভাগে ইটোৱে সিটোক দোষাৰোপ কৰে।

মন কৰিবলগীয়ে যে দিল্লীত প্ৰায় ৪৫ বছৰৰ পিছত ছেপ্তেম্বৰ মাহত এনেদৰে বৰষুণ হৈছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

five + four =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.