Internationalleatest update

হামাছ ইজৰাইল যুদ্ধই অতিক্ৰম কৰিলে ১৯ দিন। ক্ৰমাৎ বৃদ্ধি পাইছে যুদ্ধৰ পৰিসৰ।

এইবাৰ চিৰিয়াৰ সামৰিক ঘাটিত আক্ৰমণ ইজৰাইলী সেনাৰ।

হামাছ ইজৰাইল যুদ্ধই অতিক্ৰম কৰিলে ১৯ দিন। ক্ৰমাৎ বৃদ্ধি পাইছে যুদ্ধৰ পৰিসৰ। এইবাৰ চিৰিয়াৰ সামৰিক ঘাটিত আক্ৰমণ ইজৰাইলী সেনাৰ। যুদ্ধৰ ভয়াৱহতাত বিদ্যুৎ, ইন্ধনৰ নাটনিত গাজাত বন্ধ কৰিবলগীয়া হৈছে কেইবাখনো হাস্পতাল।

ইজৰাইল আৰু হামাছৰ যুদ্ধৰ অৱসাম বিচাৰি ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধানে জনোৱা যুদ্ধ বিৰতিৰ আহ্বানত খৰ্গহস্ত হৈ পৰিছে ইজৰাইল।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

1 × three =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.