অপৰাধঅসমদৈনিক বাতৰি

মুখ্যমন্ত্ৰীৰ নামত চহী জালিয়াটি

আৰক্ষীৰ জালত ৪ অভিযুক্ত

মুখ্যমন্ত্ৰীৰ নামত চহী জালিয়াটি।

গুৱাহাটী আৰু শিৱসাগৰত অভিযান চলাই দিছ্পুৰ আৰক্ষীৰ জালত ৪ অভিযুক্ত।

অভিযানত নিশা দিছপুৰ আৰক্ষীয়ে আটক কৰে জামিনি মোহন, দ্বীপ দত্ত, পংকজ গগৈ আৰু বিনীত পোড্ডাৰক। বৰ্তমানে দিছপুৰ থানাতে সোধাপোছা চলাই ৰাখিছে আৰক্ষীয়ে।

বৰ্তমান পলাতক অৱস্থাত আছে ঘটনাৰ মাষ্টাৰমাইণ্ড ইমাৰণ শ্বাহ হুছেইন। জল জীৱনৰ আঁচনিৰ নামত জালিয়াটিৰে ধন হৰলুকী কৰিছিল এই চক্ৰটোৱে।

আঁচনিৰ নিবিদা লাভ কৰিছিল শিৱসাগৰৰ Luit Constructionএ।

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

18 − 16 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.