অসমৰাজনৈতিক

কংগ্ৰেছ দল ত্যাগ কৰি তৃণমূল কংগ্ৰেছলৈ ৰিপুন বৰা…

কংগ্রেছ হাই কমাণ্ডলৈ পদত্যাগ পত্র প্রেৰণ কৰি পদত্যাগৰ কথা জনায় কংগ্ৰেছৰ প্ৰাক্তন সভাপতিগৰাকীয়ে।

ৰাজ্যৰ ৰাজনীতিত ধুমুহা। কংগ্রেছ দল ত্যাগ কৰিলে ৰিপুন বৰাই।

 

ৰাজ্যসভা নিৰ্বাচনত পৰাজয়ৰ পিছতে দল ত্যাগৰ সিদ্ধান্ত লয় ৰিপুন বৰাই। কংগ্রেছ হাই কমাণ্ডলৈ পদত্যাগ পত্র প্রেৰণ কৰি পদত্যাগৰ কথা জনায় কংগ্ৰেছৰ প্ৰাক্তন সভাপতিগৰাকীয়ে।

দেওবাৰে কলকাতাত তৃণমূল কংগ্ৰেছত যোগদান কৰে ৰিপুন বৰাই। টুইটযোগে এই কথা ঘোষণা কৰে তৃণমূল কংগ্ৰেছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

6 + 9 =

Back to top button