অসমজীৱনশৈলীদৈনিক বাতৰিমনোৰঞ্জন

শিক্ষক-কৰ্মচাৰীৰ বাবে সুখবৰ! গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৰাজ্যিক কেবিনেটৰ

‘কৃতজ্ঞতা’ পৰ্টেলৰ জৰিয়তে পেঞ্চন সেৱাৰ ব্যৱস্থা

সম্পন্ন ৰাজ্যিক কেবিনেটৰ বৈঠক

ৰাজ্যিক কেবিনেটৰ লোৱা হ’ল কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত,

কেবিনেটৰ বৈঠকত শিক্ষক-কৰ্মচাৰীৰ বাবে সুখবৰ

‘কৃতজ্ঞতা’ পৰ্টেলৰ জৰিয়তে পেঞ্চন সেৱাৰ ব্যৱস্থা

প্রতিখন জিলাত পেঞ্চন সেৱা কেন্দ্র

এতিয়াৰে পৰা পেঞ্চনাৰে বেংকত জীৱিতৰ প্রমাণ পত্র দিব নালাগে

‘জীৱন প্রমাণ’ এপ’ৰ জৰিয়তে জীৱিত থকাৰ প্ৰমাণ দিব পাৰিব

দেউৰী স্বায়ত্ব পৰিষদৰ আসনৰ সংখ্যা ১৮ৰ পৰা ২২ লৈ বৃদ্ধি

২ কোটি ভেকচিন দিয়া উপলক্ষে প্রথম শ্রেণীৰ সেনানীক উদগণিৰ সিদ্ধান্ত

অংগনৱাড়ীৰ সদস্যইও ভেকচিন দিয়াত সহায়ৰ বাবদ পাব ৫০০ টকা

ডেপুটি ৰেঞ্জাৰৰ পৰা ফৰেষ্ট গাৰ্ডলৈ কৰা হ’ব ইউনিফৰ্মৰ ব্যৱস্থা

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

3 × two =

Back to top button