শ্ৰেণীবিহীন

আমেৰিকাৰ ৪ ৰাজ্যত মহাপ্ৰলয়, ফ্ল’ৰিডা, জৰ্জিয়া, নৰ্থ কেৰ’লিনা, দক্ষিণ কেৰ’লিনাত ঘূৰ্ণি বতাহৰ তাণ্ডৱ

আমেৰিকাৰ ৪ ৰাজ্যত মহাপ্ৰলয়...

আমেৰিকাৰ ৪ ৰাজ্যত মহাপ্ৰলয়

ফ্ল’ৰিডা, জৰ্জিয়া, নৰ্থ কেৰ’লিনা, দক্ষিণ কেৰ’লিনাত ঘূৰ্ণি বতাহৰ তাণ্ডৱ

জৰ্জিয়া আৰু ফ্ল’ৰিডাত ৪ লাখ লোক প্ৰভাৱিত

২০০ কি.মি. গতিবেগত চলিছে ধুমুহা বতাহ

ঘূৰ্ণি বতাহ ‘ইদালিয়া’ৰ বাবে ৯০০ বিমানৰ যাত্ৰা বাতিল

ফ্ল’ৰিডাত ‘ইদালিয়া’ই ভংগ কৰিছে ১০০ বছৰৰ অভিলেখ

ঘূৰ্ণি বতাহৰ বাবে আপাতকালীন স্থিতি ঘোষণা প্ৰশাসনৰ

চাৰিওখন ৰাজ্যত উদ্ধাৰ অভিযানৰ বাবে মোতায়েন ৫৫ হাজাৰ সৈনিক

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

14 − eleven =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.