দুৰ্ঘটনাভাৰত

ভয়ংকৰ পথ দুৰ্ঘটনা! থিতাতে নিহত ৮ জন লোক

অন্ধ্ৰপ্ৰদেশত শনিবাৰে নিশা ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাত আঠজন লোক নিহত হোৱাৰ লগতে ৪০ গৰাকী লোক আঘাতপ্ৰাপ্ত হয়

অন্ধ্ৰপ্ৰদেশত শনিবাৰে নিশা ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাত আঠজন লোক নিহত হোৱাৰ লগতে ৪০ গৰাকী লোক আঘাতপ্ৰাপ্ত হয়।

অন্ধ্ৰপ্ৰদেশৰ চিত্তোৰত নামৰ পাহাৰীয়া অঞ্চলত এই দুৰ্ঘটনা সংঘটিত হয় বুলি জানিব পৰা গৈছে।

অঞ্চলটো পাহাৰীয়া হোৱা বাবে তাত বাছ দুৰ্ঘটনাটো সংঘটিত হয়। বাছখন শিলৰ ওপৰত পৰি বেয়াকৈ ক্ষতিগ্ৰস্ত হয়।

দুৰ্ঘটনাত পতিত হোৱাৰ পাছতে বাছখনত থকা যাত্ৰী সকলৰ চিঞৰ-বাখৰত ওচৰত থকা লোকসকল তাত উপস্থিত হয় আৰু দুৰ্ঘটনা সন্দৰ্ভত আৰক্ষীক অৱগত কৰে। আৰক্ষীয়ে দুৰ্ঘটনাৰ খবৰ লাভ কৰাৰ পাছতে ঘটনাস্থলীত উপস্থিত হয় আৰু আঘাতাপ্ত লোকসকলক হাস্পতাললৈ প্ৰেৰণ কৰে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

10 + 9 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.