Assamleatest updateঅসমদৈনিক বাতৰি

কামৰূপৰ পছৰীয়াত অবাধ গতিত চলিছে পাহাৰৰ ধ্বংস যজ্ঞ, ইখনৰ পিচত সিখনকৈ নি:শেষ বুৰঞ্জী প্ৰসিদ্ধ পাহাৰ…

কামৰূপৰ পছৰীয়াত অবাধ গতিত চলিছে পাহাৰৰ ধ্বংস যজ্ঞ, ইখনৰ পিচত সিখনকৈ নি:শেষ বুৰঞ্জী প্ৰসিদ্ধ পাহাৰ...

কামৰূপৰ পছৰীয়াত অবাধ গতিত চলিছে পাহাৰৰ ধ্বংস যজ্ঞ

ইখনৰ পিচত সিখনকৈ নি:শেষ বুৰঞ্জী প্ৰসিদ্ধ পাহাৰ

চকুৰ সমুখতে সম্পূৰ্ণৰূপে ধ্বংস মেকুৰী পাহাৰ

মেকুৰী পাহাৰৰ পিচত এইবাৰ চকু আলবৈ পাহাৰ

ইতিমধ্যে কাটি পেলোৱা হৈছে বহু মূল্যবান গছো

বনবিভাগৰ নিৰ্লিপ্ততাকলৈ প্ৰতিক্ৰিয়া স্থানীয়ৰ

কামৰূপৰ পছৰীয়াত অৱাধ গতিত চলিছে পাহাৰৰ ধ্বংস যজ্ঞ। ইখনৰ পাছত সিখনকৈ বুৰঞ্জী প্ৰসিদ্ধ কেইবাখনো পাহাৰ ধ্বংস। চিলা বনবিভাগৰ অধীনৰ মেকুৰী পাহাৰ ধ্বংসৰ পাছত এইবাৰ  বনমাফিয়াৰ চকু আলবৈ পাহাৰ। পাহাৰ কটাৰ সমান্তৰালকৈ কাটি পেলোৱা হৈছে মূল্যবান গছো। এফালে চৰকাৰৰ গছ ৰোপনেৰে বিশ্ব অভিলেখ, আনফালে বনধ্বংসযজ্ঞৰ আখৰা। দিনে নিশাই মুকলি ভাৱে জেচিবি ,এক্সকেভটৰৰ হাতুৰা আলবৈ পাহাৰত। বনবিভাগৰ নিৰ্লিপ্ততাকলৈ স্থানীয়ৰ প্ৰতিক্ৰিয়া।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

20 − eight =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.