আন্তঃৰাষ্ট্ৰীয়খেল

অলিম্পিকত অগ্নি পৰীক্ষা অসম কন্যা লাভলীনাৰ

লাভলীনাৰ প্ৰতিদ্বন্দী হ'ব চাইনীজ টাইপেৰ খেলুৱৈ চেন-নিয়েন চিন

ইতিহাসৰ দুৱাৰদলিত অসম কন্যা লাভলীনা বৰগোঁহাই। আজি অলিম্পিকত অগ্নি পৰীক্ষা অসম কন্যাৰ।

আজি বক্সিং ৰিঙত নামিব ভাৰতীয় বক্সাৰ, সুযোগ্য অসম সন্তান লাভলীনা বৰগোঁহাই।

জাৰ্মানীৰ মহিলা বক্সাৰ নাদিনে এপেটজক পৰাভূত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰাৰ পাছত আজি পুৱা ৮.৪৮ বজাত বক্সিং ৰিঙত নামিব লাভলীনা।

টকিঅ’ অলিম্পিকৰ আজিৰ উত্তেজনাপূৰ্ণ খেলখনত লাভলীনাৰ প্ৰতিদ্বন্দী হ’ব শক্তিশালী চাইনীজ টাইপেৰ খেলুৱৈ চেন-নিয়েন চিন। আজি জয় নিশ্চিত হ’লেই সম্পূৰ্ণ হ’ব লাভলীনাৰ পদক জয়ৰ সপোন।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

two × three =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.