পৰিৱেশবতৰশ্ৰেণীবিহীন

ভয়ংকৰ ভুমিকম্প! ১৩০০ লৈ বৃদ্ধি মৃতকৰ সংখ্যা

ভয়তে ঘৰৰ সলনি পথতে বাস লাখ লাখ লোকৰ

ভয়ংকৰ ভুমিকম্প। ১৩০০ লৈ বৃদ্ধি মৃতকৰ সংখ্যা। ভয়তে ঘৰৰ সলনি পথতে বাস লাখ লাখ লোকৰ।

শনিবাৰে হাইটিত ৭.২ ৰিখটাৰ স্কেলৰ প্ৰচণ্ড ভূমিকম্পই জোকাৰি যায়। ভূমিকম্পৰ পাছত হাইটিত এতিয়া অভাৱনীয় অৱস্থা হৈ পৰিছে। ১,৩০০ লৈ বৃদ্ধি পাইছে মৃতকৰ সংখ্যা। আহত হৈছে ২৮০০ৰো অধিক লোক। তদুপৰি বৰ্তমানেও সন্ধানহীন হৈ আছে বহু লোক।

ভুমিকম্পৰ প্ৰাবল্য ইমানেই অধিক আছিল যে, বহু ঘৰ নিমিষতে ধ্বংসস্তুপৰ পৰিণত হৈ যায়।

এফালে কৰ’ণাৰ মহাসংকট, সদ্যহতে হোৱা ৰাষ্ট্ৰপতিৰ হত্যা আৰু ৰাজনৈতিক অস্থিৰতা, ভয়ংকৰ অৰ্থনৈতিক সংকট, তাতে আকৌ বৰভূঁইকঁপ। আলৈ আথানি নোহোৱা হৈ পৰিছে হাইটিৰ লাখ লাখ লোকৰ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

7 + 11 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.