অপৰাধ

ভয়ংকৰ বোমা বিস্ফোৰণত মৃত্যু সাংবাদিকৰ

এক বোমা বিস্ফোৰণত মৃত্যু এজন স্থানীয় সাংবাদিকৰ

দেওবাৰে পকিস্তানত ভয়ংকৰ বোমা বিস্ফোৰণ।

পকিস্তানত হোৱা এক বোমা বিস্ফোৰণত মৃত্যু হয় ৩৫ বছৰীয়া ছাদিহ জহেৰী নামৰ এজন স্থানীয় সাংবাদিকৰ।

সাংবাদিক জনক লক্ষ্য কৰিয়েই এই বিস্ফোৰণ সংঘটিত কৰা বুলি সন্দেহ কৰা হয় যদিও বৰ্তমানে তদন্ত অব্যাহত ৰখা হৈছে। ঘটনাৰ কেইঘন্টা মানৰ পিছত বেলুছ লিবাৰেশ্যন আৰ্মীয়ে এই বোমা বিস্ফোৰণৰ দায়িত্ব গ্ৰহণ কৰে।

উল্লেখ্য যে, পাকিস্তানত বহু সময়ত সাংবাদিকৰ হত্যাৰ খবৰ পোহৰলৈ আহে যদিও কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ ফলত অপৰাধী সাৰি যায়।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

two × 4 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.