Internationalleatest updateআন্তঃৰাষ্ট্ৰীয়বিশ্ব

ভাৰত-চীন সীমান্তত উত্তেজনা, স্থানীয় ভেড়া ৰখীয়াৰ সৈতে মতানৈক্য চীনা সৈন্যৰ…..

ভাৰত-চীন সীমান্তত উত্তেজনা, লাডাখ প্ৰদেশত সংঘটিত হৈছে এই ঘটনা

ভাৰত-চীন সীমান্তত উত্তেজনা

লাডাখ প্ৰদেশত সংঘটিত হৈছে এই ঘটনা

স্থানীয় ভেড়া ৰখীয়াৰ সৈতে মতানৈক্য চীনা সৈন্যৰ

LACৰ সমীপত এই ঘটনা

চীনা সৈন্যৰে ভাৰতীয় নাগৰিকৰ মতানৈক্য

ভেড়া চৰাবলৈ বাধা দিছিল চীনা সৈন্যই

সাহসিকতাৰে চীনা সৈন্যৰে মোকাবিলা ভাৰতীয়ৰ

উল্লেখ্য যে ২০২০ বৰ্ষত গালোৱানত সংঘটিত ভাৰত-চীন সীমান্তৰ সংঘৰ্ষৰ পাছত উক্ত ঠাইডোখৰত স্থানীয় ভেড়া ৰখীয়াসকল যোৱা নাছিল। কিন্তু শেহতীয়াকৈ এই ভিডিঅ’ত দেখা গৈছে কিদৰে সাহসী ভেড়া ৰখীয়াই চীনৰ PLA আৰ্মীৰ সৈতে মতানৈক্যত লিপ্ত হৈছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

9 + two =

Check Also
Close
Back to top button