Covid-19অভিনয়দৈনিক বাতৰিস্বাস্থ্য

নতুন বছৰৰ আৰম্ভনিতে আন এজন তাৰকা আক্ৰান্ত হ’ল মাৰাত্মক ক’ভিডত

ইবাৰ অভিনেতা জন আব্ৰাহাম আক্ৰান্ত হৈছে ক’ভিডত

নতুন বছৰৰ আৰম্ভনিতে আন এজন তাৰকা আক্ৰান্ত হ’ল মাৰাত্মক ক’ভিডত। এইবাৰ অভিনেতা জন আব্ৰাহাম আক্ৰান্ত হৈছে ক’ভিডত। তাৰ লগতে অভিনেতাগৰাকীৰ পত্নীও আক্ৰান্ত হৈছে ক’ভিডত।

উল্লেখ্য যে, জন আব্ৰাহামক মোহিত চুৰিৰ ৮ জুলাইত মুক্তি লাভ কৰিব লগীয়া ব্লকবাষ্টাৰ এক ভিলেইনৰ ৰিমেকত দেখা যাব। এই চলচ্চিত্ৰখনত জনৰ লগতে অৰ্জুন কাপুৰ, দিশা পাটনি আৰু তাৰা চুটাৰিয়াই অভিনয় কৰিছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

8 + fourteen =

Back to top button