খেলভাৰত
Trending

আজিৰে পৰা IPLৰ মহাৰণ, প্ৰথম দিনটোত ৰণৰ বাবে সাজু CSK আৰু KKR…

মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত ২০খন খেল অনুষ্ঠিত হোৱাৰ লগতে ১৫খন খেল অনুষ্ঠিত হ'ব ব্ৰাব'ৰ্ণ ষ্টেডিয়ামত। ডিৱাই পাটিল ষ্টেডিয়ামত ২০খন খেল আৰু পুনেৰ এমচিএ ইণ্টাৰনেশ্যনেল ষ্টেডিয়ামত ১৫খন খেল অনুষ্ঠিত হ'ব।

আজিৰে পৰা আৰম্ভ আইপিএলৰ ১৫তম সংস্কৰণ, আইপিএল ২০২২। মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত শনিবাৰে সন্ধিয়া ৭.৩০ বজাৰ পৰা আৰম্ভ হ’ব খেলুৱৈৰ মাজত মহাৰণ। ২৬ মে’ৰ পৰা ২৯ মে’লৈকে মুম্বাই আৰু পুনেত মুঠ ৭০খন খেল অনুষ্ঠিত হ’ব।

 

মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত ২০খন খেল অনুষ্ঠিত হোৱাৰ লগতে ১৫খন খেল অনুষ্ঠিত হ’ব ব্ৰাব’ৰ্ণ ষ্টেডিয়ামত। ডিৱাই পাটিল ষ্টেডিয়ামত ২০খন খেল আৰু পুনেৰ এমচিএ ইণ্টাৰনেশ্যনেল ষ্টেডিয়ামত ১৫খন খেল অনুষ্ঠিত হ’ব।

 

মুম্বাই ইণ্ডিয়ানছ, দিল্লী কেপিটেল, কলকাতা নাইট ৰাইডাৰ্ছ, ৰাজস্থান ৰয়েলছ, লক্ষ্ণৌ চুপাৰ জিয়াণ্টছ, চেন্নাই চুপাৰ কিংছ, চানৰাইজ হায়দৰাবাদ, ৰয়েল চেলেঞ্জাৰছ বাংগালুৰু, পঞ্জাৱ কিংছ, গুজৰাট টাইটানছৰ মাজত চলিব ক্ৰিকেটৰ মহাৰণ।
আজি টাটা আইপিএল ২০২২ৰ প্ৰথম খেলখনিত খেলপথাৰত নামিব চেন্নাই চুপাৰ কিংছ আৰু কলকাতা নাইট ৰাইডাৰছ। ক্ৰিকেটপ্ৰেমীসকলে Star Sports Networkত চাব পাৰিব খেলৰ লাইভ অনুষ্ঠান।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

nine + 1 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.