AssamCrimeleatest update

বিয়াৰ প্ৰলোভন দি বহিঃৰাজ্যলৈ সৰবৰাহ অসমৰ যুৱতী

তৎপৰতাৰ সময়তে বশিষ্ঠ আৰক্ষীৰ জালত ৩ সৰবৰাহকাৰী

ৰাজ্যত সক্ৰিয় আন্তঃৰাজ্যিক মহিলা সৰবৰাহকাৰী চক্ৰ

বহিঃৰাজ্যৰ গেঙৰ কৱলত পুনৰ অসমৰ যুৱতী

বিয়াৰ প্ৰলোভন দি ৰাজস্থানলৈ সৰবৰাহৰ তৎপৰতা

তিনিচুকীয়াৰ যুৱতীক এদিনৰ ভিতৰতে বিয়া কৰাই নিয়াৰ চক্ৰান্ত

তৎপৰতাৰ সময়তে বশিষ্ঠ আৰক্ষীৰ জালত ৩ সৰবৰাহকাৰী

আৰক্ষীৰ জালত ছিমিলাৰ শৰ্মা, শিৱ শৰ্মা, ওম প্ৰকাশ

ঘটনাক লৈ পুৱাই উত্তপ্ত হৈ পৰে খানাপাৰা

গুৱাহাটীত চাকৰি কৰা বুলি পৰিচয় দি আনিছিল ISBTলৈ

বাছত অন্য লোকৰে ফোনত দৰদাম কৰি থকাত পোহৰলৈ ঘটনা

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

17 + 14 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.