অসমউৎসৱদৈনিক বাতৰি

আজি পহিলা ব’হাগ, মানুহ বিহু ,অসমীয়া নৱবৰ্ষৰ প্ৰথমটো দিন…ৰাজ্যজুৰি ৰঙালীৰ উছাহ-উদ্দীপনা…

আজি পহিলা ব’হাগ, মানুহ বিহু ,অসমীয়া নৱবৰ্ষৰ প্ৰথমটো দিন...ৰাজ্যজুৰি ৰঙালীৰ উছাহ-উদ্দীপনা...

আজি পহিলা ব’হাগ, মানুহ বিহু

অসমীয়া নৱবৰ্ষৰ প্ৰথমটো দিন

ৰাজ্যজুৰি ৰঙালীৰ উছাহ-উদ্দীপনা

আজি জ্যেষ্ঠজনক সেৱা জনায় কনিষ্ঠসকলে

বিহুৱানো আদান-প্ৰদান কৰা হয় আজিৰ দিনটোতে

বছৰটোৰ মংগল কামনাৰে মঠ-মন্দিৰত দৰ্শনাৰ্থীৰ ভিৰ

পুৱাতেই স্নান কৰি নেদেখাজনৰ ওচৰত ল’লে সেৱা

আগন্তুক বছৰটোত অসূয়া-অপ্ৰীতি দূৰ হোৱাৰ কামনা

ঢোল-পেঁপাৰ মাতত ৰজনজনাইছে চৌপাশ

বিহু গাই আনন্দত মতলীয়া ৰাজ্যবাসী

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

15 − 3 =

Back to top button