অসমদৈনিক বাতৰি

হাইলাকান্দিত আৰক্ষীৰ ড্ৰাগ্ছবিৰোধী অভিযান, এখন দোকানৰ পৰা জব্দ ৪৩টা ড্ৰাগ্ছভৰ্তি কণ্টেইনাৰ

হাইলাকান্দিত আৰক্ষীৰ ড্ৰাগ্ছবিৰোধী অভিযান, এখন দোকানৰ পৰা জব্দ ৪৩টা ড্ৰাগ্ছভৰ্তি কণ্টেইনাৰ

হাইলাকান্দিত আৰক্ষীৰ ড্ৰাগ্ছবিৰোধী অভিযান

এখন দোকানৰ পৰা জব্দ বুজন পৰিমাণৰ ড্ৰাগ্ছ

অভিযানত জব্দ ৪৩টা ড্ৰাগ্ছভৰ্তি কণ্টেইনাৰ

আটক দোকানৰ স্বত্বাধিকাৰী চৈয়দ আহমদ বৰভূঞাক

জব্দকৃত ড্ৰাগ্ছখিনিৰ মূল্য প্ৰায় ১৫ লাখ টকা

অধিক তথ্যৰ বাবে আৰক্ষীৰ তদন্ত আৰম্ভ

prathamkhabarnews

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

twenty + 17 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.