গুজৰাটভাৰত

কংগ্ৰেছ বিধায়কৰ জোঁৱায়েকৰ SUVয়ে প্ৰাণ ল’লে ৬জনকৈ লোকৰ!

কংগ্ৰেছ বিধায়কৰ জোঁৱায়েকৰ SUVয়ে খুন্দিয়ালে অটোৰিক্সাৰ লগতে মটৰচাইকেল! দুৰ্ঘটনাত পতিত হৈ মৃত্যু প্ৰায় ৬জনকৈ লোকৰ

কংগ্ৰেছ বিধায়কৰ জোঁৱায়েকৰ SUV খুন্দাত প্ৰাণ গ’ল ৬জনকৈ লোকৰ!

গুজৰাটত ভয়ংকৰ পথ দুৰ্ঘটনা৷ কংগ্ৰেছ বিধায়কৰ জোঁৱায়েকৰ SUVয়ে খুন্দিয়ালে অটোৰিক্সাৰ লগতে মটৰচাইকেল! দুৰ্ঘটনাত পতিত হৈ মৃত্যু প্ৰায় ৬জনকৈ লোকৰ৷

বৃহস্পতিবাৰে সন্ধিয়া সংঘটিত হয় এই ভয়াৱহ দুৰ্ঘটনাটো৷ আনন্দ চহৰ তাৰাপুৰ সংযুক্ত ৰাজ্যিক ঘাইপথেৰে গৈ থাকোতে বিধায়কৰ জোঁৱায়কৰ SUVয়ে খুন্দিয়াই অটো আৰু মটৰচাইকেলখনক৷ ইতিমধ্যেই ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত৷

অটোৰিক্সা আৰু মটৰচাইকেলত খুন্দিওৱাৰ ফলত নিহত হয় ৬জনকৈ লোক৷ দুৰ্ঘটনা সংঘটিত কৰা বিধায়কৰ জোঁৱায়েকৰ বিৰুদ্ধে ইতিমধ্যে নিহত হোৱা সকলৰ পৰিয়ালে ৰুজু কৰিছে গোচৰ৷ হত্যাৰ গোচৰ ৰুজু কৰিছে বিধায়কৰ জোঁৱায়েকৰ বিৰুদ্ধে৷ মদ্যপান কৰি গাড়ী চলোৱাৰ অভিযোগ স্থানীয় লোকৰ৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

13 + 12 =

Back to top button