অসমগুৱাহাটীদৈনিক বাতৰিপ্ৰযুক্তিভাৰতৰাজনৈতিক

উদ্বোধন কৰা হ’ল অৰুণাচলৰ নেচিফু টানেল, ভাৰ্ছুৱেলী উদ্বোধন প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ

আজি উদ্বোধন অৰুণাচলৰ নেচিফু টানেল

ভাৰ্ছুৱেলী উদ্বোধন প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ

নৱনিৰ্মিত টানেলৰ দৈৰ্ঘ্য ৫০০ মিটাৰ

উন্নীত হ’ব টাৱাঙৰ সৈতে যোগাযোগ ব্যৱস্থা

চেলা পাছতো নিৰ্মাণ হৈ আছে টানেল

যি টানেলৰ জৰিয়তে যাব পাৰিব সীমান্তলৈ

যুগান্তকাৰী পৰিৱৰ্তন হ’ব সীমান্ত সুৰক্ষাত

আজি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ভাৰ্ছুৱেলী উদ্বোধন অৰুণাচল প্ৰদেশৰ পশ্চিম কামেং জিলাত নিৰ্মিত নেচিফু টানেল। বালিপৰা–চাৰদুৱাৰ–টাৱাং পথত নিৰ্মাণ কৰা ৫০০ মিটাৰ দৈৰ্ঘ্যৰ এই টানেলটো। এই টানেলটো উদ্বোধন হোৱাৰ লগে লগে টাৱাং অঞ্চলৰ সৈতে যোগাযোগ আৰু ৰণনীতিৰ ক্ষেত্ৰত এক মাইলৰ খুঁটি হিচাপে পৰিগণিত হ’ব। অৰুণাচলৰ নেচিফুৰ লগতে চেলা- পাছতো BRO নিৰ্মাণ কৰিছে টানেল। এই টানেল সম্পূৰ্ণ হ’লেই অত্যাধুনিক যুদ্ধ সামগ্ৰী সীমান্তলৈ সহজেই সৰবৰাহ কৰিব পাৰিব ভাৰতীয় সেনাই।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

3 × two =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.