ভাৰতস্বাস্থ্য

এইমছত প্ৰাক্তন প্ৰধানমন্ত্ৰী ডঃ মনমোহন সিঙ! স্বাস্থ্যৰ অৱস্থা এতিয়া কেনেকুৱা?

নৰেন্দ্ৰ মোডীৰ আশু আৰোগ্য কামনা

জ্বৰ হোৱাৰ পাছতে অসুস্থ হৈ পৰে প্ৰাক্তন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিং। লগে লগে দিল্লীস্থিত এইমছত ভৰ্তি কৰোৱা হয় ড০ সিঙক।

কিন্তু দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ডঃ মনমোহন সিঙৰ স্বাস্থ্য বৰ্তমান কিছু সুস্থিৰ বুলি জলাইছে এইমছৰ চিকিৎসকে।

ইফালে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ আশু আৰোগ্য কামনা কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

ten − eight =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.