আন্তঃৰাষ্ট্ৰীয়জীৱনশৈলী

বিক্ৰী  হ’ব বিশ্বৰ সবাতোকৈ লেতেৰা ঘৰটো, গ্ৰাহকে ক্ৰয় কৰিব লাগিব ১৩ বছৰ ধৰি জমা হৈ থকা জাবৰ জোথৰ

এই ঘৰটোৰ প্ৰতিটো স্থানতে জাবৰ দেখা পোৱা যায়। পাকঘৰটো বহু ১৩ বছৰ আগতে ব্যৱহাৰ কৰা বাচন নুধুৱা অৱস্থাতে পৰি ৰৈছে। আনকি টেবুলৰ ওপৰত ১৩ বছৰ পুৰণি খাদ্যও পৰি আছে।

বিক্ৰী  হ’ব বিশ্বৰ সবাতোকৈ লেতেৰা ঘৰটো, গ্ৰাহকে ক্ৰয় কৰিব লাগিব ১৩ বছৰ ধৰি জমা হৈ থকা জাবৰ জোথৰ

ইউকেৰ ডিভোনৰ প্লাইমোথত এটা ঘৰৰ বিক্ৰীৰ বাবে চলিছে জো যা। পিছে এটা বিশেষ কাৰণত চৰ্চালৈ আহিছে ঘৰটো। ঘৰটোত জমা হৈ আছে অজস্ৰ লেতেৰা জাবৰ জোথৰ, যাৰ বাবে এই ঘৰটো বিশেষ চৰ্চাত আছে। এই ঘৰটো বিশ্বৰ ভিতৰতে সবাতোকৈ লেতেৰা ঘৰ বুলি পৰিছিত হৈছে।

ঘৰটো কেইবাবছৰ ধৰি খালী হৈ আছে। আৰু এতিয়া ঘৰটো চাফ-চিকুন নকৰাকৈয়ে বিক্ৰী কৰাৰ বাবে বিজ্ঞাপন দিয়া হৈছে। অৰ্থাত এই ঘৰটো যিয়ে ক্ৰয় কৰিব তেওঁ ঘৰটোৰ লগতে ১৩ বছৰ ধৰি জমা হৈ থকা জাবৰ জোথৰ খিনিও কিনি ল’ব লাগিব।

উল্লেখ্য যে, এই ঘৰটোৰ প্ৰতিটো স্থানতে জাবৰ দেখা পোৱা যায়। পাকঘৰটো বহু ১৩ বছৰ আগতে ব্যৱহাৰ কৰা বাচন নুধুৱা অৱস্থাতে পৰি ৰৈছে। আনকি টেবুলৰ ওপৰত ১৩ বছৰ পুৰণি খাদ্যও পৰি আছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

4 × 2 =

Back to top button