অসমগুৱাহাটীচিকিৎসা

অসমৰ চিকিৎসাৰ ক্ষেত্ৰত নতুন সংযোজন! মুকলি হ’ব GMCHৰ ছুপাৰ স্পেচিয়েলিটী হাস্পতাল

গৃহমন্ত্ৰী অমিত শ্বাহে আজি মুকলি কৰিব হৃদয় বক্ষ আৰু স্নায়ু বিজ্ঞান কেন্দ্ৰ

◾অসমৰ চিকিৎসাৰ ক্ষেত্ৰত নতুন সংযোজন

◾ৰোগীৰ বাবে সাজু অত্যাধুনিক ই-হাস্পতাল

◾মুকলি হ’ব GMCHৰ ছুপাৰ স্পেচিয়েলিটী হাস্পতাল

◾আজি মুকলি কৰিব গৃহমন্ত্ৰী অমিত শ্বাহে

◾মুকলি কৰিব হৃদয় বক্ষ আৰু স্নায়ু বিজ্ঞান কেন্দ্ৰ

◾২০০-৩০০ কৰ্মচাৰী নিয়োজিত হৈ আছে মঞ্চ নিৰ্মাণৰ কামত

◾২৭৮ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ হাস্পতালখন

◾হাস্পতালখনত থাকিব ৪ টা ইউনিত

◾৪টা ইউনিটত ৰোগীৰ বাবে থাকিব ৩০০খন বিচনা

◾থাকিব ৩৮ টা কেবিন আৰু ৪০ টা ICUৰ ব্যৱস্থা

◾CT SCAN, MRI, X-RAY ৰ বাবে প্ৰয়োগ হ’ব অত্যাধুনিক প্ৰযুক্তি

◾হাস্পতালখনত থাকিব ECHO Cardiography, ECG ব্যৱস্থা

◾ঘৰতে বহি OPDৰ বাবে ৰোগীয়ে ল’ব পাৰিব এপইণ্টমেণ্ট

◾ৰোগীৰ নাম পঞ্জীয়নৰ বাবে ব্যৱস্থা থাকিব সুকীয়া

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

nineteen + twenty =

Back to top button