পৰিৱেশপ্ৰাকৃতিক দুৰ্যোগ

সাৱধান! আহি আছে সাগৰীয় ঘূৰ্ণীবতাহ ‘গুলাব’

ভূমিস্খলনৰ লগতে প্ৰবল বৃষ্টিপাতৰো আশংকা কৰা হৈছে ৰাজ্য দুখনত

পুনৰ সাগৰীয় ঘূৰ্ণীবতাহৰ সংহাৰীৰূপ। দেওবাৰে বিয়লি আহি আছে গুলাব। India Meteorological Department (IMD)এ এই ধুমুহাৰ বাবে জাৰি কৰিছে সতৰ্কতা।

উৰিষ্যা আৰু অন্ধ্ৰপ্ৰদেশত পৰিব এই ঘূৰ্ণীবতাহৰ গুৰুতৰ প্ৰভাৱ। ইতিমধ্যে, দুয়োখন ৰাজ্যতে দিয়া হৈছে অৰেঞ্জ এলাৰ্ট।

ঘূৰ্ণীবতাহ গুলাবৰ ফলত অন্ধ্ৰপ্ৰদেশ আৰু উৰিষ্যাৰ উপকূলীয় অঞ্চলসমূহত দেওবাৰে নিশাৰ ভাগত ভূমিস্খলন হোৱাৰ আশংকা কৰা হৈছে। ভূমিস্খলনৰ লগতে প্ৰবল বৃষ্টিপাতৰো আশংকা কৰা হৈছে ৰাজ্য দুখনত।

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

nine + 7 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.