City newsSportsআন্তঃৰাষ্ট্ৰীয়ক্ৰিকেটগুৱাহাটীদৈনিক বাতৰিবিশ্বভাৰত

এছিয়া কাপ ২০২৫ৰ ১৫জনীয়া ভাৰতীয় দল ঘোষণা…

এছিয়া কাপ ২০২৫ৰ বাবে ভাৰতীয় দল ঘোষণা

অধিনায়ক সূৰ্যকুমাৰ যাদৱৰ নেতৃত্বত ১৫ জনীয়া দল ঘোষণা BCCIৰ

শুভমন গীলক সহ-অধিনায়কৰ দায়িত্ব

টি-20 ফৰ্মেটত অনুষ্ঠিত হ’ব এছিয়া কাপৰ মহাৰণ

দলত সূৰ্যকুমাৰ যাদৱ (অধিনায়ক), শুভমন গীল (সহঃ অধিনায়ক)

দলটোত অভিষেক শৰ্মা, তিলক বাৰ্মা, হাৰ্দিক পাণ্ডিয়া, শিৱম ডুবে

অক্ষৰ পেটেল, জিতেশ শৰ্মা, যশপ্ৰীত বুমৰাহ, বৰুণ চক্ৰৱৰ্তী

অৰ্শ্বদীপ সিং, কুলদীপ যাদৱ, সঞ্জু ছেমচন, হৰ্ষিত ৰাণা আৰু ৰিংকু সিং

৯ ছেপ্টেম্বৰৰ পৰা ২৮ ছেপ্টেম্বৰলৈ UAEত অনুষ্ঠিত হ’ব এছিয়া কাপ

প্ৰতিদ্বন্দ্বিতা কৰিব পাকিস্তান, শ্ৰীলংকা, বাংলাদেশ, ওমান

UAE, আফগানিস্তান আৰু হংকঙেও কৰিব প্ৰতিদ্বন্দ্বিতা

 

 

 

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

2 × 5 =

Back to top button