অৰ্থনৈতিকঅসমগুৱাহাটীবিশ্বভাৰতৰাজনৈতিক

দেশত ক্ৰমাৎ বৃদ্ধি পাইছে নিবনুৱাৰ হাৰ

মাৰ্চ মাহত নিবনুৱা বৃদ্ধিৰ হাৰ ৭.৮০%। বিগত ৩ মাহত নিবনুৱাৰ বৃদ্ধিৰ হাৰ সৰ্বাধিক।

দেশত ক্ৰমাৎ বৃদ্ধি পাইছে নিবনুৱাৰ হাৰ।

মাৰ্চ মাহত নিবনুৱা বৃদ্ধিৰ হাৰ ৭.৮০%।

বিগত ৩ মাহত নিবনুৱাৰ বৃদ্ধিৰ হাৰ সৰ্বাধিক।

ফেব্ৰুৱাৰীত নিবনুৱা বৃদ্ধিৰ হাৰ আছিল ৭.৪৫%।

শনিবাৰে CMIEয়ে জাৰি কৰিছে এই তথ্য।

নগৰ অঞ্চলত নিবনুৱা বৃদ্ধিৰ হাৰ ৮.৫১ %।

গ্ৰামীণ অঞ্চলতো নিবনুৱা বৃদ্ধিৰ হাৰ ৭.৪৭% স্পৰ্শ।

হাৰিয়ানা, বিহাৰ, গোৱা, জম্মু-কাশ্মীৰ, ঝাৰখণ্ডত সৰ্বাধিক বৃদ্ধি পাইছে নিবনুৱা।

ৰাজস্থান আৰু চিকিমতো অত্যধিক হাৰত বৃদ্ধি হৈছে নিবনুৱাৰ হাৰ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

5 + ten =

Back to top button