leatest updateঅসমগুৱাহাটীদৈনিক বাতৰি
খাৰঘূলিৰ জনবিস্ফোৰণত নিহত পৰিয়ালৈ ৩ লাখ টকাৰ চেক।
কামত গাফিলতি কৰা বিষয়া-কৰ্মচাৰীক সাৰি যাব নিদিয়াৰ হুংকাৰ মন্ত্ৰী অশোক সিংঘলৰ।
![খাৰঘূলিৰ জনবিস্ফোৰণত নিহত পৰিয়ালৈ ৩ লাখ টকাৰ চেক। খাৰঘূলিৰ জনবিস্ফোৰণত নিহত পৰিয়ালৈ ৩ লাখ টকাৰ চেক।](https://prathamkhabartv.com/wp-content/uploads/2023/06/Aaaaaaaaa-775x470.jpg)
খাৰঘূলিৰ জনবিস্ফোৰণত নিহত পৰিয়ালক চৰকাৰে প্ৰদান কৰিলে আৰ্থিক সাহাস্য। মন্ত্ৰী অশোক সিংঘলে নিহতৰ পৰিয়ালৰ হাতত তুলি দিলে ৩ লাখ টকাৰ চেক। কামত গাফিলতি কৰা বিষয়া-কৰ্মচাৰীক সাৰি যাব নিদিয়াৰ হুংকাৰ মন্ত্ৰী অশোক সিংঘলৰ। শীঘ্ৰেই আৰম্ভ হ’ব হাইড্ৰ’টেষ্টিঙৰ কাম।