অসমগুৱাহাটীভাৰতৰাজনৈতিক

লামডিংত তীব্ৰ প্ৰতিবাদ !!! কেন্দ্ৰীয় চৰকাৰ নতুন পেঞ্চন নীতিক লৈ ক্ষুব্ধ ৰাইজ

উল্লেখ্য যে কেন্দ্ৰীয় চৰকাৰে বাজেটত ৰেল বিভাগৰ বাবে কোটি কোটি টকা আৱন্টন কৰিছিল যদিও ভাৰতবৰ্ষত বৰ্তমান পুৰনি পেঞ্চনৰ পৰা  শ্ৰমিক সকলক বঞ্চিত কৰাক লৈ ক্ষোভিত হৈ পৰিছে ৷

কেন্দ্ৰীয় চৰকাৰ নতুন পেঞ্চন নীতিক লৈ লামডিঙত তীব্ৰ প্ৰতিবাদ৷ লামডিং ৰেল’ৱে বিভাগৰ এমপ্লয়িজ ইউনিয়নে সাব্যস্ত কৰিলে প্ৰতিবাদ ৷

প্ৰতিবাদত অংশগ্ৰহণ প্ৰায় ৫ শতাধিক ৰে’লৱে শ্ৰমিকৰ।

উল্লেখ্য যে কেন্দ্ৰীয় চৰকাৰে বাজেটত ৰেল বিভাগৰ বাবে কোটি কোটি টকা আৱন্টন কৰিছিল যদিও ভাৰতবৰ্ষত বৰ্তমান পুৰনি পেঞ্চনৰ পৰা  শ্ৰমিক সকলক বঞ্চিত কৰাক লৈ ক্ষোভিত হৈ পৰিছে ৷

শ্ৰমিক সকলক পুনৰ  পুৰনি পেঞ্চন দিয়াৰ বাবে দাবী জনায় চৰকাৰক ৷

২০০৪ চনৰ পৰা  চাকৰিত যোগদান কৰা কোনো শ্ৰমিকসকলক পেঞ্চন নিদিয়াৰ যি সিদ্ধান্ত চৰকাৰে গ্ৰহন কৰিছে সেই সিদ্ধান্তৰ বিৰোধিতা কৰিছে ৰেল শ্ৰমিক সংগঠনে ৷

যদিহে অনতিপলমে কেন্দ্ৰীয় চৰকাৰে এই দাবী নামানে তেনেহলে আগন্তুক দিনত দেশৰ ২১ টা কেন্দ্ৰীয় কৰ্মচাৰী সংগঠনে ৰাজপথ, ৰেলপথ অৱৰোধ কৰি জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে কেন্দ্ৰীয় চৰকাৰক।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

ten + one =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.