AssamCultureFestivalnorth eastRegionalSocialSocial Networkঅসমআঞ্চলিকউৎসৱগুৱাহাটীদৈনিক বাতৰিধৰ্মীয়ধাৰ্মিকসংস্কৃতি

বিহুৰ দিনা কেইবাখনো জিলাত হ’ব পাৰে ধাৰাসাৰ বৰষুণ !

বৰষুণে ম্লান পেলাব পাৰে বিহুৰ উছাহ!

বৰষুণে ম্লান পেলাব পাৰে বিহুৰ উছাহ! ৰাজ্যৰ বিভিন্ন প্ৰান্তত হব পাৰে বৰষুণ । সতৰ্কবাণী জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ ! গৰু বিহু আৰু মানুহ বিহুৰ দিনা কেইবাখনো জিলাত হ’ব পাৰে ধাৰাসাৰ বৰষুণ ! ১৩ এপ্ৰিলত ১৪খন জিলাত Yellow Alert জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে। ১৪ এপ্ৰিলত ১৮খন জিলাত Yellow Alert জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে। ১৩ এপ্ৰিলত দক্ষিণ শালমৰা, কামৰূপ, কামৰূপ(মঃ), ওদালগুৰি, শোণিতপুৰ, বিশ্বনাথ, নগাঁও, পশ্চিম কাৰ্বি আংলং, কাৰ্বি আংলং, লখিমপুৰ, ধেমাজি, শিৱসাগৰ, চৰাইদেউ জিলাত Yellow Alert জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে। ১৪ এপ্ৰিলত দক্ষিণ শালমৰা, ধুবুৰী, চিৰাং, বৰপেটা, নলবাৰী, কামৰূপ, কামৰূপ(মঃ), ওদালগুৰি, লখিমপুৰ, ধেমাজি, ডিব্ৰুগড়, শিৱসাগৰ, চৰাইদেউ, গোলাঘাট, ডিমা হাচাও, কাছাৰ, কৰিমগঞ্জ, হাইলাকান্দি জিলাত Yellow Alert জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

5 × five =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.