বলিউডমনোৰঞ্জন

চৰ্চাত মিষ্টাৰ পাৰফেক্টচনিষ্ট!

মুক্তি লাভৰ দিশত আমীৰ খান অভিনীত ছবি লাল সিঙ চাড্ডা

কাইলৈ মুক্তি লাভ কৰিব আমীৰ খান অভিনীত ছবি লাল সিঙ চাড্ডাই। বহু প্ৰতিক্ষাৰ অন্তত ছবিগৃহত মুক্তি লাভ কৰিব ছবিখনে।

আন্তঃজাতিক সমীক্ষাত ইতিমধ্যে ছবিখনে লাভ কৰিছে ধণাত্মক সঁহাৰি। প্ৰাৰম্ভিক সমালোচনা অনুসৰি, লাল সিঙ চাড্ডাই ছবিখন টম হেংকছ অভিনীত ছবি Forest Gumpৰ এক উৎকৃষ্ট প্ৰদৰ্শন। আনহাতে একাংশই আমিৰ খানৰ অভিনয়ক পেৰোডি আখ্যাও দিয়ে।

আমিৰ খানৰ উপৰিও ছবিখনৰ আন আন চৰিত্ৰ সমূহত অভিনয় কৰে ক্ৰমে কৰিনা খান, মনা সিঙ, নাগা চৈতন্যই। ছবিখনে দৰ্শকৰ অভূতপূৰ্ব সঁহাৰি লাভ কৰিব বুলি আশাবাদী কলা-কুশলীসকল।

সামাজিক মাধ্যমত ছবিখন বয়কট কৰিবলৈ যি চৰ্চা চলিছিল তাৰ প্ৰত্যুত্তৰত আমীৰ খানে সকলোকে ছবিখন চাবলৈ অনুৰোধ জনায়।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

nine − five =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.