অসমগুৱাহাটীজীৱনশৈলীদৈনিক বাতৰিভাৰত

ডিগবৈত বিশুদ্ধ খোৱাপানীৰ বাবে হাহাকাৰ ৰাইজৰ, পুখুৰী, কুঁৱাৰ পানী খাই জীৱন নিৰ্বাহ অঞ্চলবাসীৰ

ডিগবৈত বিশুদ্ধ খোৱাপানীৰ বাবে হাহাকাৰ ৰাইজৰ

বিধায়ক সুৰেন ফুকনৰ সমষ্টিত উন্নয়নৰ ফোপোলা স্বৰূপ

নিৰ্মাণৰ পাছতে বিকল ঢেকীয়াজান পানী যোগান আঁচনি

পুখুৰী, কুঁৱাৰ পানী খাই জীৱন নিৰ্বাহ অঞ্চলবাসীৰ

বিগত ৩ বছৰে বিকল হৈ আছে পানী যোগান আঁচনি

বিধায়কৰ বিৰুদ্ধে ক্ষোভ স্থানীয় ৰাইজৰ

শীঘ্ৰে আঁচনিখন কাৰ্যক্ষম কৰি তোলাৰ আহ্বান

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

nineteen − nine =

Check Also
Close
Back to top button