AssamCMO AssamHimanta Biswa Sarmaleatest updatepoliticalRegionalSocial

১ এপ্ৰিলৰ পৰা নিৰ্বাচনী প্ৰচাৰ চলাব মুখ্যমন্ত্ৰীয়ে

মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী সূচী...

১ এপ্ৰিলৰ পৰা নিৰ্বাচনী প্ৰচাৰ চলাব মুখ্যমন্ত্ৰীয়ে
১ এপ্ৰিলত মাজুলীত চাইকেল ৰেলী
২ এপ্ৰিলত ডিফুৰ সৰুপথাৰত মুখ্যমন্ত্ৰীয়ে চলাব প্ৰচাৰ
৩ এপ্ৰিলত শিলচৰ, কৰিমগঞ্জত প্ৰচাৰ চলাব মুখ্যমন্ত্ৰীয়ে
৪ এপ্ৰিলত ঢেকীয়াজুলি, গহপুৰ, বিহপুৰীয়াত CMৰ প্ৰচাৰ
৫ এপ্ৰিলত ডিগবৈ, মাকুম, টিংখঙত প্ৰচাৰ চলাব CMএ
৬ এপ্ৰিলত লখিমপুৰ, হোজাইত গৃহমন্ত্ৰীৰ প্ৰচাৰ অভিযান
৭ এপ্ৰিলত তিতাবৰ, মৰিয়নী, নাজিৰাত প্ৰচাৰ চলাব মুখ্যমন্ত্ৰীয়ে
৮ এপ্ৰিলত নাহৰকটীয়া, দুলীয়াজান, চাবুৱাত প্ৰচাৰ CMৰ
৯ এপ্ৰিলত কাকপথাৰ, খোৱাং, ঢকুৱাখনালৈ CM
১০ এপ্ৰিলত মাহমৰা-ডিমৌ, আমগুৰি, টীয়কত মুখ্যমন্ত্ৰীৰ প্ৰচাৰ
১১ এপ্ৰিলত মাৰ্ঘেৰিটা, দেৰগাঁও, বোকাখাতত মুখ্যমন্ত্ৰীৰ প্ৰচাৰ
১২ এপ্ৰিলত কাকী (লামডিং), বিশ্বনাথ চাৰিআলি, নাওবৈচাত CM
১৩ এপ্ৰিলত ৰঙানদী, ৰঙাপৰা, সোণাৰিত প্ৰচাৰ চলাব CMএ
১৫ এপ্ৰিলত লামডিং, বিন্নাকান্দিত প্ৰচাৰ চলাব মুখ্যমন্ত্ৰীয়ে

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

two × three =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.