জম্মু-কাশ্মীৰভাৰতৰাষ্ট্ৰীয় সুৰক্ষা
Trending

সন্ত্ৰাসজৰ্জৰ জম্মু-কাশ্মীৰত পুনৰ অঘটন, নিৰাপত্তাৰক্ষীৰ গুলীত নিহত সন্ত্ৰাসবাদী

জম্মু-কাশ্মীৰৰ ৱাৰপ'ৰা অঞ্চলত ২২ জুলাইৰ নিশা এক এনকাউন্টাৰত নিৰাপত্তাৰক্ষীয়ে গুলীয়াই হত্যা কৰে লস্কৰ-ই-তৈবা(LeT)ৰ দুধৰ্ষ সন্ত্ৰাসবাদীক

সন্ত্ৰাসজৰ্জৰ জম্মু-কাশ্মীৰত পুনৰ অঘটন। নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষ। নিৰাপত্তাৰক্ষীৰ গুলীত নিহত দুই সন্ত্ৰাসবাদী।

জম্মু-কাশ্মীৰৰ ৱাৰপ’ৰা অঞ্চলত ২২ জুলাইৰ নিশা এক এনকাউন্টাৰত নিৰাপত্তাৰক্ষীয়ে গুলীয়াই হত্যা কৰে লস্কৰ-ই-তৈবা(LeT)ৰ দুধৰ্ষ সন্ত্ৰাসবাদীক।

নিশা চলোৱা এই অভিযানত নিহত এজন সন্ত্ৰাসবাদী ফায়াজ ৱাৰ বুলি চিনাক্ত কৰিছে কাশ্মীৰ পুলিচে। নিৰীহ লোকৰ লগতে নিৰাপত্তাৰক্ষীক হত্যাৰ ঘটনাত জড়িত আছিল সন্ত্ৰাসবাদী ফায়াজ। ইতিমধ্যে নিৰাপত্তাৰক্ষীয়ে জব্দ কৰিছে বহু আপত্তিজনক আহিলাৰ লগতে অস্ত্ৰ-শস্ত্ৰ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

seven + 20 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.