Socialবোলছবি

অনুৰাগীক কন্দুৱাই গুচি গ’ল ‘Appu’, প্ৰিয় অভিনেতাগৰাকীৰ আকস্মিক বিয়োগত ভাগি পৰিছে অনুৰাগী…

Abhi, Veera Kannadiga, Ajay, Arasu, Raam, Hudugaru and Anjani Putra আদি জনপ্ৰিয় চিনেমাত অভিনয় কৰা পুন্নীথ ৰাজকুমাৰক চলিত বৰ্ষত ৰিলিজ হোৱা চিনেমা Yuvarathnaaত শেষবাৰৰ বাবে দেখা পোৱা গৈছিল।

অনুৰাগীক কন্দুৱাই গুচি গ’ল তেওঁ। জীৱিত কালত সুন্দৰ অভিনয়ৰে দৰ্শকৰ অন্তৰত খলকনি তোলা কান্নাড়াৰ প্ৰবীণ অভিনেতা পুনীথ ৰাজকুমাৰ আৰু নাই।

শুকুৰবাৰে, হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুক সাবটি লয় অভিনেতাগৰাকীয়ে। আজি বাংগালুৰুৰ বিক্ৰম হাস্পতালৰ ICUত ভৰ্তি কৰোৱা হৈছিল ৪৬ বছৰীয়া অভিনেতাগৰাকীক।

জীৱনকালত ২৯ খন কান্নাড়া ফিল্মত অভিনয় কৰা পুনীথ ৰাজকুমাৰক অনুৰাগীসকলে মৰমতে আপ্পু বুলি মাতিছিল। ২০০২ চনৰ APPU চিনেমাখনৰ পৰাই অনুৰাগীয়ে আপ্পু বুলি মাতিছিল অভিনেতাগৰাকীক।

Abhi, Veera Kannadiga, Ajay, Arasu, Raam, Hudugaru and Anjani Putra আদি জনপ্ৰিয় চিনেমাত অভিনয় কৰা পুন্নীথ ৰাজকুমাৰক চলিত বৰ্ষত ৰিলিজ হোৱা চিনেমা Yuvarathnaaত শেষবাৰৰ বাবে দেখা পোৱা গৈছিল।

অভিনেতাগৰাকীৰ আকস্মিক বিয়োগত এতিয়া শোকত ভাগি পৰিছে তেখেতৰ অনুৰাগীসকল।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

18 − 11 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.