অপৰাধভাৰত

ভাৰতত প্ৰতিদিনে গড় হিচাপত সংঘটিত হয় ৭৭ টা ধৰ্ষণ আৰু ৮০ টা হত্যাকাণ্ডৰ ঘটনা?

সৰ্বাধিক ৫৩১০ টা ধৰ্ষণৰ ঘটনা সংঘটিত হৈছে ৰাজস্থানত!

নেশ্যনেল ক্ৰাইম ৰেকৰ্ড ব্যুৰোৰ চমুকৈ এনচিআৰবিৰ শেহতীয়াকৈ প্ৰকাশ কৰিছে এক উদ্বেগজনক তথ্যৰ ভিত্তিত ভাৰতত প্ৰতিদিনে গড় হিচাপত সংঘটিত হয় ৭৭ টা ধৰ্ষণ আৰু ৮০ টা হত্যাকাণ্ডৰ ঘটনা।

২০২০ বৰ্ষত সৰ্বাধিক ৫৩১০ টা ধৰ্ষণৰ ঘটনা সংঘটিত হৈছে ভাৰতৰ ভিতৰত অকল ৰাজস্থানত। আনহাতে হত্যাকাণ্ডৰ ক্ষেত্ৰত শীৰ্ষস্থানত আছে যোগী আদিত্যনাথৰ ৰাজ্য উত্তৰ প্ৰদেশ।

তাৰোপৰি, মহিলাক নিৰ্যাতনৰ ক্ষেত্ৰত ২০২০ বৰ্ষত শীৰ্ষস্থানত আছে ওড়িশা। ২০২০ বৰ্ষত মুঠ ১২,৬৪১ টা মহিলা নিৰ্যাতনৰ ঘটনা সংঘটিত হৈছে ওড়িশাত। আকু তালিকাৰ দ্বিতীয় স্থানত আছে মহাৰাষ্ট্ৰ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

3 × 5 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.