আন্তঃৰাষ্ট্ৰীয়খেলজীৱনশৈলীবিশ্বভাৰতমনোৰঞ্জন

ছেমি ফাইনেলত প্রৱেশেৰে ইতিহাস ৰচিলে ভাৰতীয় মহিলা হকী দলে

ইতিহাস ৰচাৰ লক্ষ্যৰে ভাৰতীয় মহিলা হকী দলটো

ছেমি ফাইনেলত প্রৱেশেৰে ইতিহাস ৰচিলে ভাৰতীয় মহিলা হকী দলে

শতাব্দী প্রাচীন অলিম্পিকত ইতিহাস ৰচাৰ লক্ষ্যৰে আজি ভাৰতীয় মহিলা হকী দলটো কোৱার্টাৰ ফাইনেলত অষ্ট্রেলিয়াৰ বিৰুদ্ধে জয়ী হয়৷ গ্রুপ পর্যায়ত আয়াৰলেণ্ড আৰু দক্ষিণ আফ্রিকাক পৰাস্ত কৰি সুদীর্ঘ ৪১ বছৰৰ প্রতীক্ষাৰ অন্তত অলিম্পিকৰ কোৱার্টাৰ ফাইনেলত প্রৱেশ কৰা দলটোৱে অষ্ট্রেলিয়াক পৰাস্ত কৰি প্রথমবাৰৰ বাবে ছেমিফাইনেলত প্ৰৱেশ কৰে৷

গ্রুপ পর্যায়ৰ প্রথম তিনিখন মেচত নেদাৰলেণ্ডছ, জার্মানী আৰু ডিফেণ্ডিং চেম্পিয়ন গ্রেট ব্রিটেইনৰ হাতত পৰাস্ত হোৱাৰ পিছতো দুর্দান্ত প্রত্যাৱর্তনেৰে কোৱার্টাৰ ফাইনেলত প্রৱেশ কৰি দলটোৱে ইতিমধ্যে যুঁজাৰু মানসিকতাৰ পৰিচয় দিছে৷

 

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

three × three =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.