nationalSocial

বিহাৰত কেইবাজনো CBIৰ বিষয়াক উন্মত্ত লোকৰ প্ৰহাৰ।

প্ৰশ্নকাকত ফাদিল কেলেংকাৰিৰ তদন্তৰ বাবে গৈছিল দলটো

বিহাৰত CBIৰ দলক আক্ৰমণ

কেইবাজনো CBIৰ বিষয়াক উন্মত্ত লোকৰ প্ৰহাৰ

বিহাৰৰ নৱাডা জিলাত এই ভয়ংকৰ ঘটনা

প্ৰশ্নকাকত ফাদিল কেলেংকাৰিৰ তদন্তৰ বাবে গৈছিল দলটো

CBIৰ দলটোৰ গাড়ী ভাঙি আক্ৰমণ

স্থানীয় আৰক্ষীয়ে উদ্ধাৰ কৰে CBIৰ দলটোক

৪জনকৈ লোকক গ্ৰেপ্তাৰ আৰক্ষীৰ

দুই শতাধিক লোকৰ বিৰুদ্ধে ৰুজু গোচৰ

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

12 − eleven =

Back to top button