AssamCity newsnationalঅসমগুৱাহাটীদৈনিক বাতৰিধৰ্মীয়ধাৰ্মিকভাৰতমনোৰঞ্জন

আজিৰে পৰা পৱিত্ৰ ৰমজানৰ ৰোজা, সমগ্ৰ বিশ্বজুৰি ইছলামধৰ্মী লোকসকলে এমাহ ধৰি উপৱাসে থাকি ৰোজা পালন কৰিব……

আজিৰে পৰা পৱিত্ৰ ৰমজানৰ ৰোজা

সমগ্ৰ বিশ্বজুৰি ইছলামধৰ্মী লোকসকলে এমাহ ধৰি উপৱাসে থাকি ৰোজা পালন কৰিব

শুকুৰবাৰে দেশৰ ভিন্ন প্ৰান্তত ৰমজানৰ জোন দৃশ্যমান হোৱাত আজিৰে পৰা অসমতো ইছলামধৰ্মী লোকসকলে পালন কৰিছে ৰমজানৰ ৰোজা

ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ৰমজানৰ ৰোজাৰ শুভচ্ছা জ্ঞাপন

 

 

 

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

20 + 3 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.