অপৰাধভাৰতৰাষ্ট্ৰীয় সুৰক্ষা

ISI ৰ গুপ্তচৰে পাচলি যোগান ধৰিছিল আৰক্ষীৰ চাউনিত! ধৰা পৰিল আৰক্ষীৰ হাতত

ধৃত গুপ্তচৰে ISI ক যোগান ধৰিছিল সেনাৰ বহু গোপন তথ্য আৰু নথিপত্ৰ

আৰক্ষীৰ হাতত ধৰা পৰে পৰিল পাকিস্তানৰ গুপ্তচৰ সন্থা ISI হৈ কাম কৰা এজন গুপ্তচৰ। গুপ্তচৰজনে আৰক্ষী চাউনি আৰু সেনাক পাচলি যোগান ধৰা বেপাৰী হিচাপে বেশ ধৰি আছিল।

ৰাজস্থানৰ পোখৰানৰ সেনা শিৱিৰত বিকানেৰৰ হবিবুৰ ৰহমান ওৰফে হাবিব খানে যোগান ধৰি আহিছিল শাক-পাচলি৷ এই ক্ষেত্ৰত তেওঁক সহায় কৰিছিল কৰ্মৰত সেনা জোৱান পৰমজিতে৷ হাবিবে আই এচ আইৰ এজেণ্ট ৰূপে দীৰ্ঘসময় ধৰি কাম কৰি আছিল৷ কিন্ত গোপন সুত্ৰৰ পমখেদি বৃহস্পতিবাৰে দিল্লী আৰক্ষীৰ ক্ৰাইম ব্ৰান্সে হাবিব আৰু পৰমজিতক আটক কৰিবলৈ সক্ষম হয়৷ সম্প্ৰতি ধৃত দুয়োজনকে মাৰাথন জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে৷

আৰক্ষীৰ দাবী ধৃত হাবিবক পৰমজিতে সেনাৰ বহু গোপন তথ্য আৰু নথিপত্ৰ ISI ক যোগান ধৰিছিল৷

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

2 + eighteen =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.