City newsInternationalleatest updateদৈনিক বাতৰিবিশ্বৰাজনৈতিক

মধ্য প্ৰাচ্যৰ পৰিস্থিতি পুনৰাই অন্য এক কাৰণত উত্তপ্ত হৈ পৰিছে, আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু গ্ৰেট ব্ৰিটেইনৰ পৰা সামৰিক আক্ৰমণ চলিছে য়েমেনৰ ওপৰত….

মধ্য প্ৰাচ্যৰ পৰিস্থিতি পুনৰাই অন্য এক কাৰণত উত্তপ্ত হৈ পৰিছে….

শেহতীয়াকৈ আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু গ্ৰেট ব্ৰিটেইনৰ পৰা সামৰিক আক্ৰমণ চলিছে য়েমেনৰ ওপৰত….

লোহিত সাগৰ তথা আৰৱ সাগৰত ইৰাণ সমৰ্থিত হুটি সন্ত্ৰাসবাদীৰ আক্ৰমণ বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত আমেৰিকা আৰু ইংলেণ্ডে সামৰিক আক্ৰমণ চলাই য়েমেনত থকা হুটি সন্ত্ৰাসবাদীক সতৰ্কবাণী শুনাইছে…

 

 

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

14 + 9 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.